Himanta Biswa Sarma

Himanta Biswa Sarma

135.0K subscribers

Verified Channel
Himanta Biswa Sarma
Himanta Biswa Sarma
February 21, 2025 at 05:36 PM
অসমে শ্রদ্ধাৰ মাননীয় প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদী ডাঙৰীয়া আৰু উদ্যোগ জগতৰ অতিথিসকলক আদৰণি জনাবলৈ সাজু হৈছে। ইয়াৰ অংশস্বৰূপে আজি গুৱাহাটী বিমানবন্দৰত প্রস্তুতিৰ পর্যবেক্ষণ কৰোঁ। ‘এডভাণ্টেজ আছাম-২.০’ত অংশ ল’বলৈ অহা প্রতিগৰাকী সন্মানীয় ব্যক্তিয়ে যাতে সুন্দৰ আৰু স্মৰণীয় অভ্যর্থনা লাভ কৰিবলৈ সক্ষম হয়, তাক সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশনা প্রদান কৰিছোঁ। Guwahati is all set to welcome Adarniya Shri Narendra Modi ji & the global business diaspora on Monday. Ahead of the visit, I inspected the preparations at Guwahati Airport and instructed officials to ensure smooth and memorable reception for everyone coming to #advantageassam2
🙏 ❤️ 👍 👏 🇮🇳 😂 🌞 🏹 🚩 🪷 245

Comments