
Himanta Biswa Sarma
February 22, 2025 at 05:36 AM
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদী ডাঙৰীয়াই আমাৰ চাহ বাগিচা সম্প্ৰদায়ক সৰ্বোচ্চ সন্মান আৰু গুৰুত্ব প্ৰদানেৰে ধন্য কৰিছে।
ভাৰতৰ ৫০তকৈও অধিক ৰাষ্ট্ৰদূত বৈদেশিক পৰিক্রমা মন্ত্র্যালয়ৰ মাননীয় কেন্দ্রীয় মন্ত্রী শ্রী এছ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত ২৪ ফেব্ৰুৱাৰীত মাননীয় মোদী ডাঙৰীয়াৰ সৈতে ‘ঝুমইৰ বিনন্দিনী’ৰ সাক্ষী হ'বলৈ আহি আছে।
Hon'ble Prime Minister Shri Narendra Modi ji has bestowed the highest honour and importance on our tea garden community.
Around 50 Heads of Missions in India led by EAM Dr S. Jaishankar ji will witness #jhumoirbinandini, alongside Adarniya Modi ji on February 24.
UNPRECEDENTED!
🙏
❤️
👍
🇮🇳
👏
😂
✅
🌀
🌞
🪷
257