
Himanta Biswa Sarma
February 22, 2025 at 02:48 PM
আমাৰ চাহ বাগিচাৰ ৮ সহস্ৰাধিক প্ৰতিভাশালী শিল্পীয়ে সোমবাৰে বিশ্বৰ সৰ্ববৃহৎ ঝুমইৰ নৃত্য প্ৰদৰ্শনৰ অনুষ্ঠানেৰে সকলোকে মোহিত কৰিব। পৰম আকাংক্ষিত দিনটোত ইতিহাস গঢ়াৰ বাটত তেওঁলোকেই মধ্যমণি।
আজি কেবিনেট সতীৰ্থসকলৰ সৈতে তেওঁলোকৰ চূড়ান্ত আখৰাৰ সময়ত উপস্থিত থাকি উৎসাহ যোগাওঁ।
On Feb 24, over 8,000 talented youths from our tea gardens will perform the biggest ever Jhumoir the world has ever seen. The weight of history is on their shoulders!
To share our gratitude & cheer them, I alongwith Team Assam met them during their rehearsals.
#jhumoirbinandini
🙏
❤️
👍
👏
😂
🌞
👌
💸
😍
😮
288