
Himanta Biswa Sarma
February 24, 2025 at 05:17 AM
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদী ডাঙৰীয়াৰ প্রতিটো অসম ভ্রমণেই বিশেষ। অসম তথা উত্তৰ-পূবক হৃদয়েৰে সন্মান দিয়া বিশ্বৰ যশস্বী নেতাগৰাকীক অসমলৈ উষ্ম আদৰণি জনাইছোঁ। দুদিনীয়া ভ্রমণেৰে অসমলৈ অহা মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াই ৰাজ্যবাসীৰ বাবে অতি গুৰুত্বপূর্ণ তথা ঐতিহাসিক আয়োজন ‘ঝুমইৰ বিনন্দিনী’ৰ সাক্ষী হোৱাৰ লগতে ‘এডভাণ্টেজ আছাম-২.০’ৰ উদ্বোধনেৰে সৌষ্ঠৱ বৃদ্ধি কৰিব।
A warm welcome to Hon'ble Prime Minister Shri Narendra Modi ji to Assam.
Adarniya Pradhan Mantri ji will witness the historic #jhumoirbinandini and inaugurate #advantageassam2 during his 2-day visit to the State.
#modimayassam

🙏
❤️
👍
👏
🇮🇳
😂
🪷
🌞
👊
💐
374