Himanta Biswa Sarma
February 26, 2025 at 05:00 AM
কালি 'এডভাণ্টেজ আছাম-২.০'ৰ সফল আৰম্ভণিয়ে আমাক কৃতাৰ্থ কৰিছে৷ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় মন্ত্ৰীবৃন্দ আৰু ব্যৱসায়িক জগতৰ বহু প্ৰসিদ্ধ ব্যক্তিয়ে আমাৰ বিনিয়োগ আৰু আন্ত:গাঁথনি সন্মিলনখনিত শোভা বঢ়াই তেখেতসকলৰ বাৰ্তা তথা ধাৰণা আমাৰ সন্মুখত ব্যক্ত কৰাৰ লগতে ১৬৪খন বুজাবুজি চুক্তি স্বাক্ষৰ, বিনিয়োগৰ প্ৰতিশ্ৰুতি আৰু অসমৰ বিকাশৰ কাহিনীৰ প্ৰতি জনসাধাৰণৰ আস্থাৰ সাক্ষী হৈছিল।
কালিৰ দিনটোৰ জিলিঙনি…
What a start to #advantageassam2 yesterday!
Graced by Adarniya Shri Narendra Modi ji and the who's who of the business world, the Summit witnessed tremendous exchange of ideas, signing of 164 MOUs, investment commitments and people's trust in the Assam Growth Story.
Highlights
🙏
❤️
👍
♥️
🇮🇳
🌂
🌞
🌹
🐄
👏
301