Himanta Biswa Sarma

Himanta Biswa Sarma

135.0K subscribers

Verified Channel
Himanta Biswa Sarma
Himanta Biswa Sarma
February 26, 2025 at 05:21 PM
ধন্যবাদ। धन्यवाद। Thank You 🙏🏼 এডভাণ্টেজ আছাম ২.০ আজি সফলতাৰে যৱনিকা পৰে। দুদিনীয়া বৃহৎ সন্মিলনখনত ৪,৯১,৫০০ কোটি টকাৰ অভিলেখ বিনিয়োগ আৰু আন্তঃগাঁথনিৰ প্ৰস্তাৱেৰে আমি সমৃদ্ধ হৈছোঁ৷ অসমত আস্থা আৰু বিশ্বাস ৰক্ষা সমূহ উদ্যোগপতিলৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ৷ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বৰ অসমকেন্দ্ৰিক নীতিসমূহৰ বাবে আজিৰ এই মুহূৰ্তত বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। धन्यवाद। Thank You 🙏🏼 #advantageassam2 has successfully concluded today . The two day summit witnessed a record investment and infrastructure proposals worth ₹4,91,500 cr My gratitude to all the industrialists who have reposed their faith in Assam and its policies guided by the visionary leadership of Hon'ble Prime Minister Shri Narendra Modi ji.
Image from Himanta Biswa Sarma: ধন্যবাদ। धन्यवाद। Thank You 🙏🏼  এডভাণ্টেজ আছাম ২.০ আজি সফলতাৰে যৱনিক...
🙏 ❤️ 👍 👏 😂 🆗 🇮🇳 🌞 🌹 356

Comments