Himanta Biswa Sarma

Himanta Biswa Sarma

135.0K subscribers

Verified Channel
Himanta Biswa Sarma
Himanta Biswa Sarma
February 27, 2025 at 08:35 AM
'এডভাণ্টেজ আছাম-২.০'ত কেৱল দেশ-বিদেশৰ উদ্যোগপতি বা ব্যৱসায়ী সমাজেই উপস্থিত নাছিল, বৃহৎ সন্মিলনখনত আমাৰ শিক্ষাৰ্থী সমাজেও অংশ লৈছিল৷ মই পূৰ্বৰে পৰা কৈ আহিছোঁ যে অসমৰ সফলতা এক বিশাল দক্ষ শক্তিয়েহে গঢ়ি তুলিব পাৰিব৷ আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুন্দৰ আৰু সঠিক ভৱিষ্যৎ নিশ্চিত কৰিবলৈ বদ্ধ পৰিকৰ৷ আমি অসমক এক মহা শক্তিলৈ ৰূপান্তৰ কৰাৰ যাত্ৰাৰ অংশীদাৰ শিক্ষাৰ্থী সমাজে 'এডভাণ্টেজ আছাম-২.০'ত উপস্থিত হৈ মনৰ কথা ক'লে এনেদৰে… Not just the business community, but even students were part of #advantageassam2. As I have said before, Assam’s success lies in building a huge skilled force and we want to make sure our future leaders make the right career choices.
🙏 ❤️ 👍 👏 🌞 🐄 👌 👹 😂 😮 253

Comments