
Himanta Biswa Sarma
February 27, 2025 at 04:36 PM
'এডভাণ্টেজ আছাম-২.০' বিগত দুটা দিনত ৪,৯১,৫০০ কোটি টকাৰ বিনিয়োগ আৰু আন্ত:গাঁথনি প্ৰস্তাৱ, ২০ হাজাৰ লোকৰ উপস্থিতি, ২০ আলোচনা সত্ৰ, ৭৫ অংশগ্ৰহণকাৰী ৰাষ্ট্ৰ আৰু ৯খন অংশীদাৰী দেশৰ সমাহাৰেৰে জীপাল হৈছিল৷
নৱেম্বৰত ঘোষণাৰ পৰা ফেব্ৰুৱাৰীত কাৰ্যকৰী হোৱালৈকে এডভাণ্টেজ আছামে সঁচাকৈয়ে অসমৰ ইতিহাসত এক নতুন অধ্যায় খোদিত কৰিলে।
এই সাফল্যৰ আঁৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত থকা প্ৰতিগৰাকীলৈ মোৰ সেৱা আৰু শুভেচ্ছা জনাইছোঁ৷
🗓️2 Days
💰₹4,91,500cr investment & infra proposals
👥 20K attendance
💭20 sessions
🚩75 participating & 9 partner countries
From its announcement in November 2024 to execution in February 2025 & the massive outreach in between, #advantageassam2 has truly been a defining moment in Assam's history. And shall remain etched in my memory forever as the turning point in our growth story!
It’s hugely gratifying. Grateful to everyone who made this happen.
🙏
❤️
👍
👏
😂
😢
☠️
♥️
🇮🇳
🌞
280