Himanta Biswa Sarma
February 28, 2025 at 08:07 AM
শেহতীয়াকৈ বস্ত্ৰ উদ্যোগৰ খণ্ডত নতুন বিনিয়োগক সমৰ্থন যোগাবলৈ কেঁচামাল আৰু জনশক্তিৰ সহজলভ্যতাৰে বিনিয়োগকাৰী অনুকূল পৰিৱেশ সৃষ্টিৰ বাবে বস্ত্ৰ আৰু পোছাক নীতিত অনুমোদন জনাইছে৷ এই নীতিয়ে বস্ত্ৰ আৰু পোছাক খণ্ডত নতুন বিনিয়োগৰ পথ প্ৰশস্ত কৰিব আৰু এই খণ্ডত কাম কৰা ব্যৱসায়ীসকলক নিজক বিকশিত কৰাত যথেষ্ট সুবিধা প্ৰদান কৰিব।
The recently approved Textile and Apparel Policy will pave the way for new investments in the textile & apparel sector and facilitate growth of businesses working in this sector.
With a dedicated policy to govern and incentivise players, this area is set for major growth.
🙏
❤️
👍
👏
🇮🇳
🌞
👌
😂
😢
🚩
230