Himanta Biswa Sarma
February 28, 2025 at 05:47 PM
আমি অসমত এক নতুন কর্ম বিপ্লৱৰ সূচনা কৰিব পৰাকৈ সক্ষম হৈ আছোঁ। উদাহৰণ স্বৰূপে আমাৰ অসমৰ ৪০ লাখ মহিলা উদ্যমীক যদি কেঁচা সামগ্রী যোগান ধৰা হয় আৰু উৎপাদনৰ সৰঞ্জামৰ ব্যৱস্থা কৰি দিয়া হয়, তেন্তে তাৰ ফলাফলে মহিলাসকলক উপকৃত কৰাৰ লগতে অসমকো অর্থনীতিৰ পৰা সকলো দিশতে বহুত দূৰলৈ আগুৱাই নিব।
🙏
❤️
👍
👏
🌞
💕
😂
😭
🤝
215