Himanta Biswa Sarma

Himanta Biswa Sarma

135.0K subscribers

Verified Channel
Himanta Biswa Sarma
Himanta Biswa Sarma
March 1, 2025 at 05:03 AM
ৰাজ্যৰ বাবে ঔদ্যোগিক গতিপথ সলনি কৰি সামগ্রিক বিকাশৰ ধাৰাক নতুন উচ্চতালৈ লৈ যোৱাৰ এক ঐতিহাসিক আৰম্ভণি হিচাপে ‘এডভাণ্টেজ আছাম-২.০’ সময়ৰ বুকুত স্মৰণীয় হৈ ৰ’ব। এয়া আমাৰ গভীৰ আশা আৰু বিশ্বাস। উভতি চাওঁ আহক ‘এডভাণ্টেজ আছাম-২.০’ৰ সময়বোৰ… The #advantageassam2 will always be remembered for marking a historic beginning for the State – a summit which has the potential to change the entire trajectory of the State.
🙏 ❤️ 👍 👏 ☪️ 🌞 👌 💐 😂 🚔 179

Comments