Ashok Singhal

6.5K subscribers

Verified Channel
Ashok Singhal
February 26, 2025 at 03:26 AM
আই অসমীৰ বীৰ সন্তান শ্বহীদ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক পুণ্যতিথিৰ এই পৱিত্ৰ ক্ষণত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ‌। আশা কৰিছোঁ, বীৰ পুৰুষ দুজনাৰ মহান জীৱন, কৰ্ম আৰু আদৰ্শই সকলোকে চিৰকাল উদ্বুদ্ধ কৰি যাব !
Image from Ashok Singhal: আই অসমীৰ বীৰ সন্তান শ্বহীদ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক পুণ্যতিথিৰ এই...
🙏 2

Comments