Pabitra Margherita
January 31, 2025 at 03:12 PM
চিৰ চেনেহী মোৰ ভাষা জননী
আজিৰ পৰা বজালী জিলাৰ পাঠশালাত আৰম্ভ হৈছে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন৷ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ এই অধিৱেশনখনৰ সৰ্বতোপ্ৰকাৰৰ সফলতা কামনা কৰিছোঁ৷ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত অনুষ্ঠিত অসম সাহিত্য সভাৰ এই প্ৰথমখন অধিৱেশনে ভাষাটোৰ ঐতিহ্য,গৌৰৱ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশাবাদী।
🙏
❤️
👍
👏
6