
Pabitra Margherita
152 subscribers
About Pabitra Margherita
Union Minister of State for External Affairs and Textiles Member of Parliament (Rajya Sabha), Assam
Similar Channels
Swipe to see more
Posts

Being in harmony with nature is the only right way of living.


Honoured to deliver the welcome address at the @RIS_NewDelhi event, graced by the young and dynamic President of Paraguay, Santiago Peña. An occasion marked by thoughtful ideas and shared commitment reflecting the growing partnership between India & Paraguay.


মোৰ সাংসদ উন্নয়ন পুঁজিৰে নিৰ্মাণ হ'বলগীয়া টিয়কৰ ঢেকৰগঢ়া সৰু চৰাইখাত সংযোগী পথৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ। এই কাৰ্যসূচীত মোৰ সৈতে শ্ৰীযুত শান্তনু পূজাৰীদেৱৰ লগতে স্বিপুল সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।


আজি নতুন দিল্লীৰ উদ্যোগ ভৱনত আয়োজিত বস্ত্ৰ মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়াসকলৰ বৈঠকত মাননীয় বস্ত্ৰ বিভাগৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত গিৰিৰাজ সিঙৰ সৈতে অংশগ্ৰহণ কৰোঁ।


সন্ধিয়াৰ ভাগত যোৰহাট লোকসভা সমষ্টিৰ টিয়কত মোৰ সাংসদ উন্নয়ন পুঁজিৰ অধীনত নিৰ্মাণ হ'বলগীয়া তিনিটা আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰোঁ। প্ৰকল্প তিনিটা হ'ল - পশ্চিম দিচৈনগৰ শ্মশান পথ, সন্মিলিত যুৱ সংঘ আৰু ৰাজতীয়া নেওগৰ পথ । এই আধাৰশিলা স্থাপন কাৰ্যসূচীত আমাৰ সৈতে সন্মানীয় সাংসদ শ্ৰীযুত কামাখ্যাপ্ৰসাদ তাছা,অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত শান্তনু পূজাৰী, বিজেপিৰ ৰাজ্যিক উপ-সভাপতি শ্ৰীযুত ৰাণা গোস্বামী, যুৱ মৰ্চাৰ জিলা সভাপতি পাৰ্শ্বজ্যোতি বৰাৰ লগতে জিলাৰ দলীয় বিষয়ববীয়া আৰু বিপুল সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।


📍Gangtok I had the honour of addressing a press conference celebrating the remarkable 11 years of the Modi government, organised by @BJP4Sikkim. This event was a wonderful opportunity to connect with the people and highlight the significant development initiatives championed by our Hon’ble Prime Minister Shri Narendra Modi Ji. The vision and unwavering dedication of PM Modi towards a ‘Viksit Bharat’ are vividly evident in Sikkim and the entire Northeast region, which once was plagued by neglect and insurgency, has now emerged as a beacon of peace and opportunity. These 11 years of exemplary governance have been centred around ‘Garib Kalyan,’ profoundly transforming the lives of every Bharatiya. We earnestly hope PM Modi’s steadfast leadership will continue guiding Bharat on its remarkable journey towards progress. I was also joined during the press conference by BJP Sikkim state President Shri DR Thapa Ji.


সন্ধিয়া মোৰ সাংসদ উন্নয়ন পুঁজিৰে নিৰ্মাণ হ'বলগীয়া যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত টিয়কৰ কমলাবৰীয়া যুৱ সংঘৰ স্থায়ী প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ। এই কাৰ্যসূচীত মোৰ সৈতে শ্ৰীযুত শান্তনু পূজাৰীদেৱৰ লগতে স্থানীয় বিপুল সংখ্যক ৰাইজ উপস্থিত থাকে। উপস্থিত ৰাইজৰ আদৰ-সাদৰে আমাক আপ্লুত কৰে । এই অনুষ্ঠানতে কেইবাগৰাকীও স্থানীয় কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰোঁ।


অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত যোৰহাটৰ ঘৰফলীয়া গাঁৱৰ ৰমাকান্ত সমাজ কল্যাণ সংঘত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি সমষ্টি পৰ্যায়ৰ বিত্তীয় অনুদান আঁচনিৰ অধীনত দহ লাখ টকা মূল্যৰ ক্ৰীড়া সামগ্ৰী বিতৰণ কৰোঁ। উল্লেখ্য যে অসমৰ উদীয়মান ক্ৰীড়া প্ৰতিভাসমূহক উৎসাহিত কৰাৰ উদ্দেশ্যে ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰে এই আঁচনিৰ জৰিয়তে অসমৰ সকলো বিধানসভা সমষ্টি সামৰি ১২৬ টা অগ্ৰণী যুৱ সংঘ অথবা ক্ৰীড়া সন্থালৈ বিভিন্ন ক্ৰীড়া সামগ্ৰী যোগান ধৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।


মাননীয় প্রধান মন্ত্রী শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱৰ উপস্থিতিত পাৰাগুৱেৰ মহামহিম ৰাষ্ট্ৰপতি শ্রীযুত চান্তিয়েগ' পেনাৰ সৈতে আজি নতুন দিল্লীত আনুষ্ঠানিকভাৱে চিনাকি হৈ বাৰ্তালাপ কৰাৰ মুহূৰ্ত।


মাথোঁ এটা গানেৰেও চিৰযুগমীয়া হ'ব পাৰি, প্ৰয়োজন প্রকৃত শিল্পীসত্তাৰ।