Pabitra Margherita
Pabitra Margherita
February 3, 2025 at 10:34 AM
আজি নতুন দিল্লীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্তবিশ্ব শৰ্মা আৰু পে’ট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত হৰদীপ সিং পুৰীদেৱৰ মাজত হোৱা বৈঠকত আমিও অংশগ্ৰহণ কৰোঁ। উল্লেখ্য যে শ্ৰীযুত পুৰী ডাঙৰীয়াই আগন্তুক “এডভাণ্টেজ আসাম” ত এগৰাকী অন্যতম অতিথিৰূপে অংশ ল’ব।
❤️ 👍 🙏 😮 11

Comments