
Pabitra Margherita
February 10, 2025 at 04:44 PM
লেটিন আমেৰিকা আৰু কেৰেবিয়ান ৰাষ্ট্ৰসমূহৰ ভাৰতস্থ দূতাৱাসৰ সন্মানীয় ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তসকলক আজি নিশা নতুন দিল্লীত এক অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলোঁ।
প্ৰতিখন দেশৰ সৈতে আমাৰ দেশৰ পাৰস্পৰিক সম্পৰ্ক অধিক সুদৃঢ় হৈ আহিছে যি প্ৰকৃতাৰ্থত আমাৰ ‘বিশ্ববন্ধু’ পৰিচিতিৰ এক সাৰ্থক প্ৰতিফলন।
Pleased to host a wonderful evening with the Heads of Missions from LAC countries.
Engaging discussions, shared commitments, and a spirit of collaboration made for a memorable gathering.
Looking forward to further strengthening our partnerships.
❤️
🙏
👍
11