Global Gyan in Assamese
Global Gyan in Assamese
February 4, 2025 at 02:58 AM
#আগন্তুক সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ সহায়ৰ বাবে তলৰ 🖇️ লিংকটোত follow কৰক https://youtube.com/playlist?list=PLQATa-c3gBLxFh1yoJUkhVlGAyIPz5v50&si=Z-YgA2brDhohZp6p ১/প্ৰথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল আৰু কিমান চনত সমাপ্ত হৈছিল? উত্তৰ:- ১৯১৪ চনৰ পৰা ১৯১৮ চনলৈ। ২/ দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত হৈছিল? উত্তৰ:- ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈ। ৩/ পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল? উত্তৰ:- ২১ এপ্ৰিল, ১৫২৬ চনত। ৪/ পানিপথৰ দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল? উত্তৰ:- ৫ নৱেম্বৰ, ১৫৫৬ চনত। ৫/ পানিপথৰ তৃতীয় যুদ্ধ কিমান চনত হৈছিল? উত্তৰ:- ১৪ জানুৱাৰী, ১৭৬১ চনত। ৬/ অসম আন্দোলন কিমান চনৰ পৰা কিমান চনলৈ হৈছিল? উত্তৰ:- ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ। ৭/ ভাৰতত প্ৰথম টেলিভিছন সেৱা কিমান চনত আৰম্ভ হৈছিল? উত্তৰ:- ১৯৫৯ চনত। ৮/ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰযান-১ কিমান চনত উৎক্ষেপন কৰিছিল? উত্তৰ:- ২০০৮ চনত। ৯/ প্ৰথম ভাৰতীয় উপগ্ৰহটোৰ নাম কি? উত্তৰ:- আৰ্যভট্ট - ১৯৭৫ চন। ১০/ কাৰ্গিল যুদ্ধ কিমান চনত হৈছিল? উত্তৰ:- ১৯৯৯ চনত। ১১/ হিৰোচিমা আৰু নাগাচাকিত বোমা বিস্ফোৰণ কিমান চনত হৈছিল? উত্তৰ:- ১৯৪৫ চনত। ১২/ বিশ্বৰ আটাইতকৈ ওখ মূৰ্তিটোৰ নাম কি? উত্তৰ:- Statue of Unity ১৩/ ইণ্টাৰনেট সেৱা ভাৰতলৈ পোন প্ৰথমে কিমান চনত আহিছিল? উত্তৰ:- ১৯৯৫ চনত। ১৪/ জাপানত ছুনামী কিমান চনত আহিছিল? উত্তৰ:- ১১ মাৰ্চ, ২০১১ চন। ১৫/ ভাৰতত প্ৰথম ৰেল কিমান চনত চলিছিল আৰু কোন দুখন ঠাইৰ মাজত চলিছিল? উত্তৰ:- ১৮৫৩ চনত বোম্বেৰ পৰা থানেলৈ চলিছিল। ১৬/ The Land of Five Rivers বুলি কোনখন ৰাজ্যক কোৱা হয়? উত্তৰ:- পঞ্জাৱ। ১৭/ মহাত্মা গান্ধীৰ জন্ম কিমান চনত হৈছিল? উত্তৰ:- ২ অক্টোবৰ, ১৮৬৯ চনত। ১৮/ অসমৰ নেপোলিয়ান বুলি কাক কোৱা হয়? উত্তৰ:- চুহুংমুং বা দিহিঙীয়া ৰজাক। ১৯/ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল? উত্তৰ:- ২৮ ডিচেম্বৰ, ১৮৮৫ চনত। ২০/ তেজপুৰ বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল? উত্তৰ:- ১৯৯৪ চনত। ২১/ কোনখন ৰাজ্যক জৈৱিক কৃষি ৰাজ্য বুলি কোৱা হয়? উত্তৰ:- ছিক্কিম ২২/ সত্ৰীয়া চিত্ৰকলা কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ:- শংকৰদেৱ। ২৩/ ৰত্নাৱলী ৰচনা কোনে কৰিছিল? উত্তৰ:- হৰ্ষ।Harsha ২৪/ মহাভাৰত ৰচনা কোনে কৰিছিল? উত্তৰ:- মহাকবি ব্যাস। ২৫/ ৰামায়ণ ৰচনা কোনে কৰিছিল? উত্তৰ:- বাল্মিকী। ২৬/ গীতাঞ্জলী ৰচনা কোনে কৰিছিল? উত্তৰ:- ৰবীন্দ্ৰনাথ ঠাকুৰ। ২৭/ ৰামচৰিত মানস ৰচনা কোনে কৰিছিল? উত্তৰ:- তুলসী দাস। ২৮/ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আৰু মৃত্যু কিমান চনত হৈছিল? উত্তৰ:- জন্ম - ১৪৪৯ চন / মৃত্যু - ১৫৬৮ চন। ২৯/ মৃচ্ছকটিক ৰচনা কোনে কৰিছিল? উত্তৰ:- সুদ্ৰক Shudraka ৩০/ পঞ্চতন্ত্ৰ ৰচনা কোনে কৰিছিল? উত্তৰ:- বিষ্ণু শৰ্মা। ৩১/ আনন্দ মঠ ৰচনা কোনে কৰিছিল? উত্তৰ:- বঙ্কিমচন্দ্র চট্টোপাধ্যায়। ৩২/ কামসূত্ৰ ৰচনা কোনে কৰিছিল? উত্তৰ:- বাৎস্যায়ন Vātsyāyana @official telegram channel link 🖇️ https://t.me/GlobalGyanInAssamese https://t.me/GlobalGyanInAssamese ৩৩/ গীতগোবিন্দ ৰচনা কোনে কৰিছিল? উত্তৰ:- জয়দেৱ। ৩৪/ মনুস্মৃতি ৰচনা কোনে কৰিছিল? উত্তৰ:- মনু। ৩৫/ হৰ্ষচৰিত ৰচনা কোনে কৰিছিল? উত্তৰ:- বাণভট্ট। ৩৬/ অভিজ্ঞান শকুন্তলম কোনে ৰচনা কৰিছিল? উত্তৰ:- কালিদাস। ৩৭/ মুদ্ৰা ৰাক্ষস ৰচনা কোনে কৰিছিল? উত্তৰ:- বিশাখাদত্ত Vishaka Dutta ৩৮/ ঋতুসংহাৰ কোনে ৰচনা কৰিছিল? উত্তৰ:- কালিদাস। ৩৯/ মেঘদূত ৰচনা কোনে কৰিছিল? উত্তৰ:- কালিদাস।
👍 1

Comments