Global Gyan in Assamese WhatsApp Channel

Global Gyan in Assamese

1.5K subscribers

About Global Gyan in Assamese

Please Subscribe Our Official YouTube Channel 📚 📝👇📌 https://youtube.com/channel/UConyCCPDL3_qI7bMOHD7crg Competitive exam ৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰী সকলৰ উপযোগী হোৱাকৈ এটি বিশেষ ধৰনৰ YouTube Channel 📑✨ Our Official Telegram Channel Link 🔗 https://t.me/GlobalGyanInAssamese Our Official Facebook Page Like 🔗 https://www.facebook.com/profile.php?id=100083388912256 Global Gyan in Assamese মূলতঃ Competitive exam ৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰী সকলৰ উপযোগী হোৱাকৈ এটি বিশেষ ধৰনৰ YouTube Channel | য'ত নেকি মূলতঃ বৰ্তমান Assam Direct Recruitment 2025 - 2026 ৰ বাবে উপযোগী হোৱাকৈ Video সমূহ Upload কৰা হ'ব | ইয়াত GK , Current Affairs , Social Studies ৰ ভিডিঅ' সমূহ আপোনালোকে লাভ কৰিব | World Politics , Indian Politics, Assam Politics, Current Affairs ৰ বিভিন্ন জটিল ঘটনাৱলী অতি সহজ সৰল ভাষাত অসমীয়াত জানিৱলৈ চেনেলটো Subscribe কৰি চাৱ পাৰে | হায়াৰ চেকেণ্ডেৰীত ৰাজনীতি বিজ্ঞান লোৱা সকলৰ ৰ বাবেও সম্পূৰ্ণ বিনামূলীয়াকৈ অসমীয়াত Free Online Class ৰ ব্যৱস্থা এই চেনেলটোৰ মাধ্যমেৰে কৰা হ'ব; ধন্যবাদ 🙏 For business enquiries contact on: Email: [email protected]

Similar Channels

Swipe to see more

Posts

Global Gyan in Assamese
Global Gyan in Assamese
6/5/2025, 4:01:43 AM
Post image
Image
Global Gyan in Assamese
Global Gyan in Assamese
6/4/2025, 7:04:28 AM

https://youtube.com/shorts/5SV_r1tjURc?feature=share

Global Gyan in Assamese
Global Gyan in Assamese
6/5/2025, 4:01:45 AM
Post image
Image
Global Gyan in Assamese
Global Gyan in Assamese
6/5/2025, 4:01:44 AM
Post image
Image
Global Gyan in Assamese
Global Gyan in Assamese
5/31/2025, 2:02:41 PM

👉অসমীয়া লোক সংস্কৃতিৰ গৱেষক , দিহানাম আৰু বিহুৰ বিচাৰক ড০ ডালিমী কোঁৱৰ দেহাৱসান । নুনমাটিৰ নিজা বাসগৃহত ৩.২০ বজাত শেষ নিশ্বাস ত্যাগ। 👉দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মুম্বাইৰ টাটা মেম'ৰিয়েল আৰু বি বৰুৱা কৰ্কট হাস্পতালত দীৰ্ঘদিন ধৰি চিকিৎসা গ্ৰহণ কৰি আছিল শিল্পীগৰাকীয়ে।

Post image
😢 🙏 8
Image
Global Gyan in Assamese
Global Gyan in Assamese
6/5/2025, 4:01:44 AM
Post image
Image
Global Gyan in Assamese
Global Gyan in Assamese
6/5/2025, 4:01:46 AM

🌿🌍 ৫ জুন ২০২৫ — বিশ্ব পৰিবেশ দিৱস সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল “পৰিৱেশ বচাও, ভৱিষ্যৎ গঢ়ো” 🌱 গছ ৰোপণ কৰো 💧 পানী সংৰক্ষণ কৰো 🚫 প্লাষ্টিক বর্জন কৰো

❤️ 🙏 4
Global Gyan in Assamese
Global Gyan in Assamese
6/5/2025, 4:01:46 AM
Post image
Image
Global Gyan in Assamese
Global Gyan in Assamese
6/3/2025, 6:09:23 PM

🔴IPL ৰ ইতিহাসত প্ৰথমবাৰলৈ ট্ৰফী জয় কৰিলে RCB য়ে 🔴IPL-2025ৰ চেম্পিয়ন হ'ল RCB 🔴পঞ্জাব কিংছক ৬ ৰাণত হৰুৱাই চেম্পিয়ন হ'ল RCB

Post image
❤️ 🙏 2
Image
Global Gyan in Assamese
Global Gyan in Assamese
5/17/2025, 5:35:16 PM
Post image
❤️ 🙏 2
Image
Link copied to clipboard!