Global Gyan in Assamese
                                
                            
                            
                    
                                
                                
                                February 18, 2025 at 06:33 AM
                               
                            
                        
                            এজন অভিভাৱকৰ আজব কাণ্ড৷ ঝুমুইৰৰ বাবে HS চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ নহ’ল দুগৰাকী শিক্ষাৰ্থী 😱
 ঝুমুইৰ অনুষ্ঠানলৈ মনোনীত হোৱাৰ বাবে অৱতীৰ্ণ নহ’ল পৰীক্ষাত৷ 
পৰিয়ালৰ লোকে পৰীক্ষা দিয়াৰ পৰা বিৰত ৰাখিলে ছাত্ৰীদুগৰাকীক৷ 
তিতাবৰৰ বছাবাৰী চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা...📌
                        
                    
                    
                    
                    
                    
                                    
                                        
                                            😂
                                        
                                    
                                        
                                            😢
                                        
                                    
                                    
                                        4