Pabitra Margherita
Pabitra Margherita
June 3, 2025 at 04:35 PM
সন্ধিয়াৰ ভাগত যোৰহাট লোকসভা সমষ্টিৰ টিয়কত মোৰ সাংসদ উন্নয়ন পুঁজিৰ অধীনত নিৰ্মাণ হ'বলগীয়া তিনিটা আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰোঁ। প্ৰকল্প তিনিটা হ'ল - পশ্চিম দিচৈনগৰ শ্মশান পথ, সন্মিলিত যুৱ সংঘ আৰু ৰাজতীয়া নেওগৰ পথ । এই আধাৰশিলা স্থাপন কাৰ্যসূচীত আমাৰ সৈতে সন্মানীয় সাংসদ শ্ৰীযুত কামাখ্যাপ্ৰসাদ তাছা,অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত শান্তনু পূজাৰী, বিজেপিৰ ৰাজ্যিক উপ-সভাপতি শ্ৰীযুত ৰাণা গোস্বামী, যুৱ মৰ্চাৰ জিলা সভাপতি পাৰ্শ্বজ্যোতি বৰাৰ লগতে জিলাৰ দলীয় বিষয়ববীয়া আৰু বিপুল সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।
Image from Pabitra Margherita: সন্ধিয়াৰ ভাগত যোৰহাট লোকসভা সমষ্টিৰ টিয়কত মোৰ সাংসদ উন্নয়ন পুঁজিৰ অধ...
❤️ 👍 🙏 6

Comments