Pabitra Margherita
Pabitra Margherita
June 9, 2025 at 03:41 PM
আজি নতুন দিল্লীৰ উদ্যোগ ভৱনত আয়োজিত বস্ত্ৰ মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়াসকলৰ বৈঠকত মাননীয় বস্ত্ৰ বিভাগৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত গিৰিৰাজ সিঙৰ সৈতে অংশগ্ৰহণ কৰোঁ।
Image from Pabitra Margherita: আজি নতুন দিল্লীৰ উদ্যোগ ভৱনত আয়োজিত বস্ত্ৰ মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়াসকল...
❤️ 👍 4

Comments