Pabitra Margherita
Pabitra Margherita
June 12, 2025 at 06:01 AM
মোৰ সাংসদ উন্নয়ন পুঁজিৰে নিৰ্মাণ হ'বলগীয়া টিয়কৰ ঢেকৰগঢ়া সৰু চৰাইখাত সংযোগী পথৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ। এই কাৰ্যসূচীত মোৰ সৈতে শ্ৰীযুত শান্তনু পূজাৰীদেৱৰ লগতে স্বিপুল সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।
Image from Pabitra Margherita: মোৰ সাংসদ উন্নয়ন পুঁজিৰে নিৰ্মাণ হ'বলগীয়া টিয়কৰ ঢেকৰগঢ়া সৰু চৰাইখা...
👍 ❤️ 3

Comments