Pabitra Margherita
Pabitra Margherita
June 12, 2025 at 06:02 AM
অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত যোৰহাটৰ ঘৰফলীয়া গাঁৱৰ ৰমাকান্ত সমাজ কল্যাণ সংঘত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি সমষ্টি পৰ্যায়ৰ বিত্তীয় অনুদান আঁচনিৰ অধীনত দহ ‍লাখ টকা মূল্যৰ ক্ৰীড়া সামগ্ৰী বিতৰণ কৰোঁ। উল্লেখ্য যে অসমৰ উদীয়মান ক্ৰীড়া প্ৰতিভাসমূহক উৎসাহিত কৰাৰ উদ্দেশ্যে ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰে এই আঁচনিৰ জৰিয়তে অসমৰ সকলো বিধানসভা সমষ্টি সামৰি ১২৬ টা অগ্ৰণী যুৱ সংঘ অথবা ক্ৰীড়া সন্থালৈ বিভিন্ন ক্ৰীড়া সামগ্ৰী যোগান ধৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।
Image from Pabitra Margherita: অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত যোৰহাটৰ ঘৰফলীয়া গাঁৱ...
❤️ 👍 🙏 3

Comments