Pabitra Margherita
Pabitra Margherita
June 12, 2025 at 07:59 AM
সন্ধিয়া মোৰ সাংসদ উন্নয়ন পুঁজিৰে নিৰ্মাণ হ'বলগীয়া যোৰহাট‌‌ লোকসভা সমষ্টিৰ অন্তৰ্গত টিয়কৰ কমলাবৰীয়া যুৱ সংঘৰ স্থায়ী প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ। এই কাৰ্যসূচীত মোৰ সৈতে শ্ৰীযুত শান্তনু পূজাৰীদেৱৰ লগতে স্থানীয় বিপুল সংখ্যক ৰাইজ উপস্থিত থাকে। উপস্থিত ৰাইজৰ আদৰ-সাদৰে আমাক আপ্লুত কৰে । এই অনুষ্ঠানতে কেইবাগৰাকীও স্থানীয় কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰোঁ।
Image from Pabitra Margherita: সন্ধিয়া মোৰ সাংসদ উন্নয়ন পুঁজিৰে নিৰ্মাণ হ'বলগীয়া যোৰহাট‌‌ লোকসভা সম...
❤️ 👍 🙏 3

Comments